February 7, 2022আজি ভাৰতীয় জনতা পাৰ্টিৰ চকচকা ব্লক মণ্ডলৰ নতুনকৈ নিৰ্মাণ হ’বলগীয়া কাৰ্যালয়টিৰ কামৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ।আজি ভাৰতীয় জনতা পাৰ্টিৰ চকচকা ব্লক মণ্ডলৰ নতুনকৈ নিৰ্মাণ হ’বলগীয়া কাৰ্যালয়টিৰ কামৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ। ৰাইজক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ থকা কাৰ্যকৰ্তা সকলক […]
February 7, 2022আজি সৰভোগ সমষ্টিৰ গৰখীয়া গোঁসাই থানৰ দ্বাৰা পৰিচালিত অন্যতম শিক্ষানুষ্ঠান বিদ্যামন্দিৰৰ উচ্চতৰ মাধ্যমিকৰ নতুনকৈ নিৰ্মাণ হোৱা শ্ৰেণী কোঠাৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷আজি সৰভোগ সমষ্টিৰ গৰখীয়া গোঁসাই থানৰ দ্বাৰা পৰিচালিত অন্যতম শিক্ষানুষ্ঠান বিদ্যামন্দিৰৰ উচ্চতৰ মাধ্যমিকৰ নতুনকৈ নিৰ্মাণ হোৱা শ্ৰেণী কোঠাৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷ উল্লেখ্য যে, […]
February 8, 2022আজি বৰপেটাৰোডত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷আজি বৰপেটাৰোডত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷ আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে এনেধৰণৰঃ- বৰপেটাৰ হাউলীস্থিত বি.এইচ. মহাবিদ্যালয়ৰ কম্পিউটাৰ গৱেষণাগাৰৰ শুভ উদ্বোধন […]
February 8, 2022মোৰ পৰিকল্পনা সাকাৰ হোৱাৰ পথত আৰু এটি সক্ষম খোজমোৰ পৰিকল্পনা সাকাৰ হোৱাৰ পথত আৰু এটি সক্ষম খোজ বজালী জিলাৰ উপায়ুক্ত শ্ৰী ভাৰত ভূষণ দেৱ চৌধুৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী, বৰপেটা জিলাৰ […]
February 8, 2022আজি বজালী জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নৱ-নিৰ্মিত কাৰ্যালয়টি শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।আজি বজালী জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নৱ-নিৰ্মিত কাৰ্যালয়টি শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ। এই নৱনিৰ্মিত কাৰ্যালয়টোৰ দ্বাৰা আগন্তুক দিনত জল জীৱন মিছনৰ পানী যোগান […]
February 11, 2022একাত্ম মানৱ দৰ্শনৰ প্ৰণেতা, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, দেশভক্ত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ আজি পুণ্য তিথিত তেখেতলৈ যাচিছোঁ শতকোটি প্ৰণাম ৷একাত্ম মানৱ দৰ্শনৰ প্ৰণেতা, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, দেশভক্ত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ আজি পুণ্য তিথিত তেখেতলৈ যাচিছোঁ শতকোটি প্ৰণাম ৷ তেখেতে অন্ত্যোদয়া নীতিৰে সমাজৰ পিছপৰা, আৰ্ত, […]