February 11, 2022

আজি “সমৰ্পণ দিৱস” উপলক্ষে হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত পণ্ডিতপ্ৰবৰ দীনদয়াল উপাধ্যায় দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷

আজি “সমৰ্পণ দিৱস” উপলক্ষে হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত পণ্ডিতপ্ৰবৰ দীনদয়াল উপাধ্যায় দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷ লগতে, মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ […]
February 11, 2022

আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাঠশালা পৌৰসভা, পাটাছাৰকুছি পৌৰসভা আৰু টিহু পৌৰসভাৰ বিভিন্ন স্থানত কেইবাখনো গুৰুত্বপূৰ্ণ সভা সম্বোধন কৰোঁ।

আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাঠশালা পৌৰসভা, পাটাছাৰকুছি পৌৰসভা আৰু টিহু পৌৰসভাৰ বিভিন্ন স্থানত কেইবাখনো গুৰুত্বপূৰ্ণ সভা সম্বোধন কৰোঁ। সভাত আগন্তুক পৌৰসভা নিৰ্বাচনত […]
February 12, 2022

আজি গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱৰ সভাগৃহত অনুষ্ঠিত হোৱা “সদৌ অসম লিগেল মেট্ৰ’লজি অফিচাৰচ এচ’চিয়েচন” ৰ “২৮ তম্ দ্বি-বাৰ্ষিক সাধাৰণ সন্মিলন” সম্বোধন কৰোঁ ৷

আজি গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱৰ সভাগৃহত অনুষ্ঠিত হোৱা “সদৌ অসম লিগেল মেট্ৰ’লজি অফিচাৰচ এচ’চিয়েচন” ৰ “২৮ তম্ দ্বি-বাৰ্ষিক সাধাৰণ সন্মিলন” সম্বোধন কৰোঁ ৷ আজিৰ এই সন্মিলনত বিভাগৰ […]
February 12, 2022

আজি গুৱাহাটীৰ মাছখোৱাস্থিত আই.টি.এ. চেন্টাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ “পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা” ত অংশগ্ৰহণ কৰোঁ ৷

আজি গুৱাহাটীৰ মাছখোৱাস্থিত আই.টি.এ. চেন্টাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ “পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা” ত অংশগ্ৰহণ কৰোঁ ৷ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব […]
February 12, 2022

ঐতিহাসিক বামাখাটা সত্ৰত ৬১ বছৰীয়া পালনামৰ আয়োজন কৰা হৈছে ৷ আজি সত্ৰখনিত উপস্থিত হৈ ভক্তিভৰা সেৱা নিবেদন কৰি ৰাইজৰ মঙ্গল কামনা কৰোঁ

ঐতিহাসিক বামাখাটা সত্ৰত ৬১ বছৰীয়া পালনামৰ আয়োজন কৰা হৈছে ৷ আজি সত্ৰখনিত উপস্থিত হৈ ভক্তিভৰা সেৱা নিবেদন কৰি ৰাইজৰ মঙ্গল কামনা কৰোঁ ৷ ইয়াৰ লগতে, পালনাম […]
February 13, 2022

আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ উদ্যােগত পঞ্চদশ বিত্ত আয়োগৰ অনুদানৰ নিৰ্ধাৰিত পুঁজি (Tied Fund) ৰ ব্যৱহাৰ সন্দৰ্ভত আয়োজিত এক সন্মিলনত অংশ লওঁ।

আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ উদ্যােগত পঞ্চদশ বিত্ত আয়োগৰ অনুদানৰ নিৰ্ধাৰিত পুঁজি (Tied Fund) ৰ ব্যৱহাৰ […]