February 15, 2022বৰপেটাৰোড পৌৰসভাৰ ৬নং ৱাৰ্ডৰ সমূহ নাগৰিকলৈ মই ১৬০ নং বুথৰ সভাপতি হিচাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁবৰপেটাৰোড পৌৰসভাৰ ৬নং ৱাৰ্ডৰ সমূহ নাগৰিকলৈ মই ১৬০ নং বুথৰ সভাপতি হিচাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটাৰোড পৌৰসভাৰ ৬ নং ৱাৰ্ডটো বৰপেটাৰোড নগৰ মণ্ডলৰ ১৬০ নং […]
February 15, 2022পাটাছাৰকুছি বিধান সভা সমষ্টিৰ অন্তৰ্গত পাটাছাৰকুছি পৌৰসভা, টিহু পৌৰসভা আৰু পাঠশালা পৌৰসভাৰ বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰা সময়ত উপস্থিত থাকোঁ ৷আজি পাটাছাৰকুছি বিধান সভা সমষ্টিৰ অন্তৰ্গত পাটাছাৰকুছি পৌৰসভা, টিহু পৌৰসভা আৰু পাঠশালা পৌৰসভাৰ বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰা সময়ত উপস্থিত থাকোঁ […]
February 16, 2022বীৰ চিলাৰায় দিৱসৰ শুভক্ষণত বীৰ চিলাৰায়ৰ ১০ ফুট ওখ প্ৰতিমূৰ্তিৰ অনাবৰণবীৰ চিলাৰায় দিৱসৰ শুভক্ষণত বীৰ চিলাৰায়ৰ ১০ ফুট ওখ প্ৰতিমূৰ্তিৰ অনাবৰণ পোনপ্ৰথমে, জাতীয় মহাবীৰ কোচ সাম্ৰাজ্যৰ সুদক্ষ সেনাপতি বীৰ চিলাৰায়ক জন্মজয়ন্তীত গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। আজি ২০১৬-২০২১ […]
February 17, 2022আজি বজালী জিলাৰ পাকা গোবিন্দ ভৱন গীতা সত্ৰৰ ৫৩ তম্ গীতা জয়ন্তী মহোৎসৱ উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷আজি বজালী জিলাৰ পাকা গোবিন্দ ভৱন গীতা সত্ৰৰ ৫৩ তম্ গীতা জয়ন্তী মহোৎসৱ উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷ উল্লেখ্য যে, মহাভাৰতৰ বিখ্যাত […]
February 19, 2022টেলিভিছন সাংবাদিকতাৰ এগৰাকী অন্যতম বাটকটীয়া প্ৰতাপ বৰদলৈ দেৱৰ পৰলোকপ্ৰাপ্তিৰ বাতৰি পাই মৰ্মাহত হৈছোঁগুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়ুৱৈ, টেলিভিছন সাংবাদিকতাৰ এগৰাকী অন্যতম বাটকটীয়া প্ৰতাপ বৰদলৈ দেৱৰ পৰলোকপ্ৰাপ্তিৰ বাতৰি পাই মৰ্মাহত হৈছোঁ ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ […]
February 19, 2022ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰা গুৰুজীৰ নীতি-আদৰ্শই আমাক সদায়েই অনুপ্ৰাণিত কৰিব ৷ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় সৰ-সংঘচালক, বিশিষ্ট বুদ্ধিজীৱী, জাতীয়তাবাদী চিন্তাবিদ, পৰম পূজনীয় মাধৱৰাও সদাশিৱৰাও গোলৱালকাৰ (গুৰুজী) দেৱক আজি পবিত্ৰ জন্ম দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷ ভাৰতবৰ্ষৰ অখণ্ডতা […]