February 28, 2022আজি মাননীয় কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰীযুত গজেন্দ্ৰ সিং শ্বেখাৱত ডাঙৰীয়াৰ সভাপতিত্বত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যিক মন্ত্ৰী সকলৰ এখনি কনফাৰেন্সত অংশগ্ৰহণ কৰোঁ ৷আজি মাননীয় কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰীযুত গজেন্দ্ৰ সিং শ্বেখাৱত ডাঙৰীয়াৰ সভাপতিত্বত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যিক মন্ত্ৰী সকলৰ এখনি […]
March 1, 2022নগৰাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বিজেপিৰ মিত্ৰজোঁটক বিপুল ভোটত জয়যুক্ত কৰকনগৰাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বিজেপিৰ মিত্ৰজোঁটক বিপুল ভোটত জয়যুক্ত কৰক অহা ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাটাছাৰকুছি পৌৰসভা নিৰ্বাচনৰ বিজেপি আৰু অগপ […]
March 1, 2022আজি মহাশিৱৰাত্ৰি উপলক্ষে পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰ দৰ্শন কৰি দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াওঁ ৷আজি মহাশিৱৰাত্ৰি উপলক্ষে পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰ দৰ্শন কৰি দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াওঁ ৷ প্ৰভু ভোলানাথে সকলোৰে কুশল কৰক, কল্যাণ কৰক […]
March 2, 2022পাঠশালা পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ প্ৰতিঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰপাঠশালা পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ প্ৰতিঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ পাঠশালা পৌৰসভাৰ নিৰ্বাচন উপলক্ষে আজি ৬ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী […]
March 2, 2022ৰাইজৰ অকুণ্ঠ স্নেহৰ মাজত পাঠশালা পৌৰসভাৰ ৩ নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰৰাইজৰ অকুণ্ঠ স্নেহৰ মাজত পাঠশালা পৌৰসভাৰ ৩ নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বৰ […]
March 2, 2022পাঠশালাত বৰ্তমান মিত্ৰজোঁটৰ জয়গানপাঠশালাত বৰ্তমান মিত্ৰজোঁটৰ জয়গান আজি পাঠশালা পৌৰসভাৰ ৭ নং ৱাৰ্ড আৰু ৮ নং ৱাৰ্ডৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুগৰাকীৰ সমৰ্থনত নিৰ্বাচনী পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। […]