October 15, 2020

যোৰহাট তাৰকা গৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷

আজি যোৰহাট তাৰকা গৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা সাংগঠনিক সভাত অংশগ্ৰহণ কৰোঁ৷ শৈক্ষিক চহৰ যোৰহাটৰ কাৰ্যকৰ্তা বন্ধুসকলৰ দলৰ প্ৰতি আত্মীয়তা তথা কৰ্মস্পৃহা দেখি […]
October 15, 2020

একবিংশ শতিকাৰ দেশৰ যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা, আধুনিক ভাৰত নিৰ্মানৰ অন্যতম খনিকৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ.পি.জে. আব্দুল কালাম ডাঙৰীয়াক তেখেতৰ জন্মদিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

একবিংশ শতিকাৰ দেশৰ যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা, আধুনিক ভাৰত নিৰ্মানৰ অন্যতম খনিকৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ.পি.জে. আব্দুল কালাম ডাঙৰীয়াক তেখেতৰ জন্মদিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
October 18, 2020

“তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”

মঙ্গলদৈ মনপুৰ গাঁৱত মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে কাতি বিহু উপলক্ষে বন্তি প্ৰজ্বলন কৰোঁ “তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে” আজি বাপতিসাহোন “কাতি বিহু”। […]
October 18, 2020

আজি মংগলদৈত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জাতি মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ।

আজি মংগলদৈত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি অনুসূচীত জাতি মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ। সতীৰ্থ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰি তথা তেখেতসকলৰ […]
October 18, 2020

আজি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ আন্ত: গাথনি উন্নয়ণৰ বাবে CMSGUY আঁচনিৰ অধীনত ২০ লক্ষ টকাৰে নিৰ্মান হ’ব লগা প্ৰকল্পটিৰ শুভাৰম্ভণি কৰোঁ।

আজি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ আন্ত: গাথনি উন্নয়ণৰ বাবে CMSGUY আঁচনিৰ অধীনত ২০ লক্ষ টকাৰে নিৰ্মান হ’ব লগা প্ৰকল্পটিৰ শুভাৰম্ভণি কৰোঁ। ক্ৰীড়া ক্ষেত্ৰখনত আমাৰ নতুন […]
October 18, 2020

আজি ৰঙিয়াত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ।

আজি ৰঙিয়াত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকোঁ। কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা তথা দলৰ কাৰ্যকৰ্তা সকলৰ উৎসাহ- উদ্দীপনাই মোক […]