November 6, 2020ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল ছোভান ডাঙৰীয়াৰ বাসগৃহত আজি সন্ধিয়া উপস্থিত হৈ তেখেতৰ পৰিয়াল তথা আত্মীয়-স্বজনক সাক্ষাৎ কৰোঁ৷কিছুদিন আগতে পৰলোকপ্ৰাপ্তি ঘটা ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল ছোভান ডাঙৰীয়াৰ বাসগৃহত […]
November 6, 2020২০২১ৰ নিৰ্বাচনলৈ আৰু ১৫০টা দিনো নাই;সেয়ে ১৫০টা দিন আপোনালোকৰ কাৰণে খুবেই কষ্টকৰ ; অসমৰ ৰাইজৰ কথা চিন্তা কৰি আমি সকলোৱে কষ্ট কৰিব লাগিব ।সু-প্ৰভাত কাৰ্যকৰ্তা বন্ধু সকল !২০২১ৰ নিৰ্বাচনলৈ আৰু ১৫০টা দিনো নাই;সেয়ে ১৫০টা দিন আপোনালোকৰ কাৰণে খুবেই কষ্টকৰ ; অসমৰ ৰাইজৰ কথা চিন্তা কৰি আমি সকলোৱে কষ্ট কৰিব […]
November 6, 2020পাঁচনৈ চেৰফাং সমষ্টিৰ প্ৰথমখন সভাত অংশগ্ৰহণ কৰি অনুমান কৰিলো যে আমাৰ প্ৰাৰ্থী দীপক মৌড়ৰ বিজয় সু-নিশ্চিতপাঁচনৈ চেৰফাং সমষ্টিৰ প্ৰথমখন সভাত অংশগ্ৰহণ কৰি অনুমান কৰিলো যে আমাৰ প্ৰাৰ্থী দীপক মৌড়ৰ বিজয় সু-নিশ্চিত আজি পাঁচনৈ চেৰফাং সমষ্টিত বিটিচিৰ পৰিষদীয় নিৰ্বাচন উপলক্ষে ওদালগুৰি জিলা […]
November 6, 2020আজি দিনটোৰ দ্বিতীয়খন সভা হিচাপে ওদালগুৰি জিলাৰ ৩৫ নং মুদৈবড়ী সমষ্টিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰোঁ৷আজি দিনটোৰ দ্বিতীয়খন সভা হিচাপে ওদালগুৰি জিলাৰ ৩৫ নং মুদৈবড়ী সমষ্টিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰোঁ৷ মুদৈবড়ী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাক বিজেপি দলৰ হৈ আগন্তুক বিটিচি নিৰ্বাচনত […]
November 7, 2020শৰীৰ চৰ্চাৰে নিজৰ দেহটো সুস্থ সৱল কৰি দিনটোৰ কাৰণে প্ৰস্তুত হওঁক এইয়া মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ৷#সুপ্ৰভাতঃ কাৰ্যকৰ্তা বন্ধুসকল, সম্ভৱত ১৪৯ দিন বাকী আছে ‘২১ ৰ বিধানসভা নিৰ্বাচনলৈ৷ এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি শৰীৰ চৰ্চাৰে নিজৰ দেহটো সুস্থ সৱল কৰি দিনটোৰ কাৰণে […]
November 7, 2020ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰা লক্ষ্যৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাবে নিয়োগ কৰা হয় ” বিস্তাৰক”।ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰা লক্ষ্যৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত আজি আনুষ্ঠানিক ভাবে নিয়োগ কৰা হয় ” বিস্তাৰক”।”বিস্তাৰক” নিয়োগ […]