November 22, 2020ভাৰতীয় জনতা পাৰ্টিৰ নৱ-নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ মাননীয় শ্রী দিলীপ শইকীয়া দেৱে আজি দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সদৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে ৷ভাৰতীয় জনতা পাৰ্টিৰ নৱ-নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ মাননীয় শ্রী দিলীপ শইকীয়া দেৱে আজি দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সদৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে ৷ এই […]
November 22, 2020আজি ৰাষ্ট্ৰীয় সভাপতি মাননীয় জেপি নড্ডা ডাঙৰীয়াৰ বাসগৃহত আগন্তুক ২০২১ ৰ নিৰ্বাচন সন্দৰ্ভত এক বিশদ পৰ্যালোচনা হয়৷আজি ৰাষ্ট্ৰীয় সভাপতি মাননীয় জেপি নড্ডা ডাঙৰীয়াৰ বাসগৃহত আগন্তুক ২০২১ ৰ নিৰ্বাচন সন্দৰ্ভত এক বিশদ পৰ্যালোচনা হয়৷ উক্ত পৰ্যালোচনা সভাত ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী […]
November 22, 2020সুপ্ৰভাত কাৰ্যকৰ্তা বন্ধুসকল আজি সমগ্ৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে যি সভা অনুষ্ঠিত কৰিবলৈ লৈছে তাৰ বাবে সকলো কাৰ্যকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷#নিৰ্বাচনলৈ_সম্ভবত: 135 Days বাকী ৰৈছে ৷ #Countdown আৰম্ভ হৈ গৈছে; সুপ্ৰভাত কাৰ্যকৰ্তা বন্ধুসকল আজি সমগ্ৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ […]
November 22, 2020লোক নিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰ, গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ” অৰ্থনৈতিক কোষ” ৰ বিশেষ সাংগঠনিক সভাত আজি অংশ লৈ সাম্প্ৰতিক সময়ৰ অৰ্থনীতি আৰু অনাগত সময়ত অৰ্থনীতিৰ ভেটি সৱল কৰিবলৈ আমাৰ কৰণীয় দিশ সম্পৰ্কত আলোচনা কৰোঁ।অৰ্থনীতিৰ ভেটি সৱল নকৰাকৈ এখন দেশ বা ৰাজ্য প্ৰগতিৰ বাটত সক্ষমকৈ খোজ দিব নোৱাৰে।লোক নিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰ, গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ” অৰ্থনৈতিক কোষ” ৰ বিশেষ সাংগঠনিক সভাত আজি অংশ লৈ সাম্প্ৰতিক সময়ৰ অৰ্থনীতি আৰু […]
November 22, 2020সন্মানীয়, পৃষ্ঠাপ্ৰমুখ বন্ধুসকল, আপোনালোক সাজু নে ?আপোনাসৱৰ পৃষ্ঠাত থকা ভোটাৰ ৰাইজক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণমুলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰি তথা আঁচনি সমূহৰ ফলপ্ৰসু ৰূপায়নৰ বাবে সেৱা আগবঢ়াই জনতা-জনাৰ্দনৰ সেৱা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ।নিৰ্বাচনলৈ_সম্ভৱতঃ 134 দিন বাকী আছে… #Countdown চলি আছে ….সন্মানীয়, পৃষ্ঠাপ্ৰমুখ বন্ধুসকল, আপোনালোক সাজু নে ?আপোনাসৱৰ পৃষ্ঠাত থকা ভোটাৰ ৰাইজক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণমুলক আঁচনিসমূহৰ বিষয়ে […]
November 23, 2020আজি বগামাটিস্থিত বাথৌ মন্দিৰ দৰ্শন কৰি এভাগি সেৱা আগবঢ়াও ৷ মই যথেষ্ট উৎফুল্লিত হোৱাৰ উপৰিও মনত এক নিৰ্মল প্ৰশান্তি অনুভৱ কৰিছোঁ সেৱাভাগ কৰিবলৈ পাই ৷আজি বগামাটিস্থিত বাথৌ মন্দিৰ দৰ্শন কৰি এভাগি সেৱা আগবঢ়াও ৷ মই যথেষ্ট উৎফুল্লিত হোৱাৰ উপৰিও মনত এক নিৰ্মল প্ৰশান্তি অনুভৱ কৰিছোঁ সেৱাভাগ কৰিবলৈ পাই ৷