November 23, 2020আজি বাক্সা জিলাৰ কুমাৰীকটাত অনুষ্ঠিত হোৱা বিশাল জনসভা আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷আজি বাক্সা জিলাৰ কুমাৰীকটাত অনুষ্ঠিত হোৱা বিশাল জনসভা আৰু যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷ সভাত বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতি আৰু দলীয় কাৰ্যকৰ্তাসকলৰ পাৰভঙা উৎসাহ-উদ্দীপনাই মোৰ বাৰুকৈয়ে […]
November 23, 2020আগন্তুক তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভে আজি নিশা প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই সভাত অনাগত দিনত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত বিষয়ববীয়াসকলৰ সৈতে বিশদভাৱে আলোচনাত মিলিত হওঁ ৷আগন্তুক তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভে আজি নিশা প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই সভাত অনাগত দিনত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত বিষয়ববীয়াসকলৰ সৈতে […]
November 23, 2020বিশিষ্ট শিক্ষাবিদ সন্মানীয় সন্তোষ কুমাৰ তপ্ন’ দেৱৰ জন্মদিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁবিশিষ্ট শিক্ষাবিদ সন্মানীয় সন্তোষ কুমাৰ তপ্ন’ দেৱৰ জন্মদিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ৷তপ্ন’ দেৱে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাঙ্গীণ উন্নয়ণৰ হকে জীৱনযোৰা প্ৰচেষ্টাৰে অতুলনীয় অৱদান আগবঢ়াই […]
November 24, 2020“দেশপ্ৰেমৰ জ্বলন্ত উদাহৰণ বীৰ লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা লাচিত দিৱসত বীৰজনাক মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷ছশবছৰীয়া আহোম ৰাজত্বৰ মহানায়ক আছিল সেনাপতি #লাচিত_বৰফুকন ৷ অপৰিসীম পৰাক্ৰম তথা বুদ্ধিমত্তাৰে বিখ্যাত শৰাইঘাটৰ ৰণত মোগলক পৰাভূত কৰি পৰাধীনতাৰ শিকলি চিঙি অসমক স্বাধীন কৰিছিল ৷ প্ৰবাদ আছে […]
November 26, 2020“সংবিধান দিৱস” উপলক্ষে ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ ড° ভীমৰাও ৰামজী আম্বেদকাৰদেৱৰ লগতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত তথা ভাৰতবৰ্ষক এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত জিলিকাই তোলা প্ৰতিগৰাকী মহান ব্যক্তিক আজিৰ দিনটোত সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ ৷“সংবিধান দিৱস” উপলক্ষে ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ ড° ভীমৰাও ৰামজী আম্বেদকাৰদেৱৰ লগতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত তথা ভাৰতবৰ্ষক এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত জিলিকাই […]
November 27, 2020বিটিচিৰ নিৰ্বাচন সমাগত। নিৰ্বাচনী ব্যস্ততাৰ মাজতে বিটিচিৰ মহিলা কাৰ্যকৰ্তা সকলৰ এটি কৰ্মই মোক অতিকৈ আচৰিত আৰু সন্তুষ্টি প্ৰদান কৰিলে ৷#ধন্য_ধন্য_বিটিচিৰ_মহিলা_কাৰ্যকৰ্তা_সকল বিটিচিৰ নিৰ্বাচন সমাগত। নিৰ্বাচনী ব্যস্ততাৰ মাজতে বিটিচিৰ মহিলা কাৰ্যকৰ্তা সকলৰ এটি কৰ্মই মোক অতিকৈ আচৰিত আৰু সন্তুষ্টি প্ৰদান কৰিলে ৷ বিটিচিৰ আমাৰ দলৰ উদ্যমী, সাহসী […]