December 7, 2020ছালাকাটি সমষ্টিত কলীয়া ডাৱৰ আঁতৰাই আহিব বিজেপি, প্ৰগতি আৰু বিকাশেৰে কৰিব উন্নতি আজি কোকৰাঝাৰ জিলাৰ ছালাকাটিত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সমষ্টিটোৰ মহিলা প্ৰাৰ্থী “শ্ৰীমতী কবিতা বসুমতাৰী”ৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত হোৱা জনসভা সম্বোধন কৰোঁ ৷ছালাকাটি সমষ্টিত কলীয়া ডাৱৰ আঁতৰাই আহিব বিজেপি, প্ৰগতি আৰু বিকাশেৰে কৰিব উন্নতি আজি কোকৰাঝাৰ জিলাৰ ছালাকাটিত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সমষ্টিটোৰ মহিলা প্ৰাৰ্থী “শ্ৰীমতী কবিতা বসুমতাৰী”ৰ হৈ […]
December 8, 2020বিটিচিৰ নিৰ্বাচনত বিজেপিৰ বাউণ্ডেৰী কোকৰাঝাৰত আজি প্ৰাতঃভ্ৰমণৰ সময়তে ধেমালিতে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিলো ৷ প্ৰথম বলটো বেটত সংযোগ কৰিব নোৱাৰিছিলো যদিও দ্বিতীয়টো বল কোবাই বাউণ্ডেৰীৰ বাহিৰলৈ মাৰি পঠিয়ালো ৷বিটিচিৰ নিৰ্বাচনত বিজেপিৰ বাউণ্ডেৰী কোকৰাঝাৰত আজি প্ৰাতঃভ্ৰমণৰ সময়তে ধেমালিতে ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিলো ৷ প্ৰথম বলটো বেটত সংযোগ কৰিব নোৱাৰিছিলো যদিও দ্বিতীয়টো বল কোবাই বাউণ্ডেৰীৰ বাহিৰলৈ […]
December 8, 2020কোকৰাঝাৰ টাউনৰ মাজমজিয়াত বৃহৎ সমদল ৷ “হাগ্ৰামা হতাঔ, বিজেপি লাঔ” ধ্বনিৰে মুখৰিত পৰিৱেশ ৷ কোকৰাঝাৰত আজি বিশাল সমদল ৷কোকৰাঝাৰ টাউনৰ মাজমজিয়াত বৃহৎ সমদল ৷ “হাগ্ৰামা হতাঔ, বিজেপি লাঔ” ধ্বনিৰে মুখৰিত পৰিৱেশ ৷ কোকৰাঝাৰত আজি বিশাল সমদল ৷ বৃহৎ সংখ্যক ৰাইজ আৰু কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰি […]
December 8, 2020কোকৰাঝাৰৰ চেৰফ্ৰাংগুৰি বজাৰত দোকানে দোকানে গৈ বিটিচি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী সামৰণি মাৰিলো আজি বিটিচি নিৰ্বাচন উপলক্ষে কোকৰাঝাৰৰ চেফ্ৰাংগুৰি বজাৰ পৰিদৰ্শন কৰোঁ ৷কোকৰাঝাৰৰ চেৰফ্ৰাংগুৰি বজাৰত দোকানে দোকানে গৈ বিটিচি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী সামৰণি মাৰিলো আজি বিটিচি নিৰ্বাচন উপলক্ষে কোকৰাঝাৰৰ চেফ্ৰাংগুৰি বজাৰ পৰিদৰ্শন কৰোঁ ৷ এনেকৈ আমাৰ আকস্মিক পৰিদৰ্শনত […]
December 8, 2020আজিৰ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সামৰি কালি আমাৰ দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ আকস্মিক বিয়োগ হোৱা কোকৰাঝাৰ জিলাৰ দতমা সমষ্টিৰ অন্তৰ্গত ২নং ৰাভা পাৰা গাঁওৰ স্বৰ্গীয় মণ্ডল কোঁচ দেৱৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ শোকৰ সমভাগী হোৱাৰ লগতে সদ্যপ্ৰয়াত কোঁচ ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদগতি কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।আজিৰ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সামৰি কালি আমাৰ দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ আকস্মিক বিয়োগ হোৱা কোকৰাঝাৰ জিলাৰ দতমা সমষ্টিৰ […]
December 10, 2020অসমী আইৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ হেতু নিজৰ প্ৰাণ উচৰ্গা কৰা “অসম আন্দোলন”ৰ প্ৰথম গৰাকী বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু এই আন্দোলনত নিজৰ প্ৰাণ উচৰ্গা কৰা প্ৰতি গৰাকী বীৰ শ্বহীদক আজি শ্বহীদ দিৱসৰ পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।অসমী আইৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ হেতু নিজৰ প্ৰাণ উচৰ্গা কৰা “অসম আন্দোলন”ৰ প্ৰথম গৰাকী বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু এই আন্দোলনত নিজৰ প্ৰাণ উচৰ্গা কৰা প্ৰতি […]