December 16, 2020বিৰামহীন কাৰ্যসূচীৰে লক্ষ্য আমাৰ বিজেপি+= ১০০+ সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ আজি হেঙেৰাবাৰীস্থিত বিজেপি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰে নৱ-নিযুক্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া আৰু সহঃ প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়াই#বিৰামহীন_কাৰ্যসূচীৰে_লক্ষ্য_আমাৰ_বিজেপি+= ১০০+ সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ আজি হেঙেৰাবাৰীস্থিত বিজেপি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰে নৱ-নিযুক্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা […]
December 16, 2020বিটিচি নিৰ্বাচনত জয়ী হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৯জন বিধায়কক সম্বৰ্ধনা জনাওঁ ৷ প্ৰতিগৰাকী বিধায়ককে আগন্তুক দিনত সেৱাৰ মনোভাৱেৰে ৰাইজৰ সামগ্ৰিক উন্নয়নৰ হকে সততা আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনাওঁ ৷ভাৰতীয় জনতা পাৰ্টি বিৰামহীন কাৰ্যসূচীৰে নিশ্চিত লক্ষ্যৰ দিশে শক্তিশালীভাৱে আগবাঢ়িছে। এনে বিৰামহীন কাৰ্যসূচীৰ অংশ হিচাপেই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দলৰ সন্মানীয় জিলা সভাপতি আৰু জিলা প্ৰভাৰী […]
December 16, 2020ভাৰতীয় জনতা পাৰ্টিৰ মৰ্চা ৰাজ্যিক সভাপতি আৰু সাধাৰণ সম্পাদক, কোষ আহ্বায়ক আৰু সহঃ কোষ আহ্বায়ক সকলৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত এখনি গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰোঁ ৷ভাৰতীয় জনতা পাৰ্টিৰ মৰ্চা ৰাজ্যিক সভাপতি আৰু সাধাৰণ সম্পাদক, কোষ আহ্বায়ক আৰু সহঃ কোষ আহ্বায়ক সকলৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত এখনি গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰোঁ […]
December 16, 2020বিশেষভাৱে মেডিয়া, ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত আমি অতি ক্ষীপ্ৰতাৰে, দক্ষতাৰে সময়ৰ সৈতে খোজ মিলাই কাম কৰিব লাগিব। এই ক্ষেত্ৰত মই দলৰ আই টি বিভাগৰ সন্মানীয় কাৰ্যকৰ্তা সকলক অতি সজাগ হৈ কাম কৰিবলৈ আহ্বান জনাইছোঁ।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটীত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখপাত্ৰ, পেনেলিষ্ট, মেডিয়া বিভাগ, ছ’চিয়েল মিডিয়া বিভাগ আৰু আই টি বিভাগৰ গুৰুত্বপূৰ্ণ সভাত […]
December 17, 2020অসমীয়া বোলছবি জগতৰ বাট মুকলি কৰা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ “জয়মতী” বোলছবিত মূল চৰিত্ৰত অভিনয় কৰা অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ বাইদেউৰ মৃত্যু দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।অসমীয়া বোলছবি জগতৰ বাট মুকলি কৰা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ “জয়মতী” বোলছবিত মূল চৰিত্ৰত অভিনয় কৰা অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ বাইদেউৰ মৃত্যু দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
December 17, 2020দেশৰ অন্নদাতা কৃষক সকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছে।আমাৰ অন্নদাতা কৃষকসকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ দেশৰ অন্নদাতা কৃষক সকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন […]