December 22, 2020১০০+ৰ সপোন হ’ব সফল, কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাৰ অফুৰন্ত উদ্যমে প্ৰদান কৰিলে নিশ্চিতি ৷১০০+ৰ সপোন হ’ব সফল, কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাৰ অফুৰন্ত উদ্যমে প্ৰদান কৰিলে নিশ্চিতি ৷ প্ৰগতিশীল, সমৃদ্ধিশীল আৰু স্থায়ী শান্তি, সম্প্ৰীতিৰ ধাৰা আজিৰ দৰে অব্যাহত […]
December 22, 2020কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিয়ে ১০০+ৰ সপোনত শক্তিশালী ভূমিকা ল’ নতুনকৈ নিৰ্মান হোৱা অসমৰ প্ৰগতিৰ মানচিত্ৰখন সদায় সমৃদ্ধিৰে ৰঙীণ হৈ থকাৰ বাবে শাসনত বিজেপি দল থকাৰ বাহিৰে যে আন একো বিকল্প নাই এই কথাক মৰ্মে মৰ্মে উপলব্ধি কৰিছে অসমৰ জনসাধাৰণে।কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিয়ে ১০০+ৰ সপোনত শক্তিশালী ভূমিকা ল’ নতুনকৈ নিৰ্মান হোৱা অসমৰ প্ৰগতিৰ মানচিত্ৰখন সদায় সমৃদ্ধিৰে ৰঙীণ হৈ থকাৰ বাবে শাসনত বিজেপি দল থকাৰ […]
December 23, 2020বৰাকভেলীৰ কৰিমগঞ্জ জিলাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দলীয় পতাকা উত্তোলন কৰি উদ্বোধনী বক্তব্য আগবঢ়াওঁ ৷ কাৰ্যকৰ্তা সকলৰ উদ্যম আৰু উৎসাহে নিশ্চিতি প্ৰদান কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত ১০০+ লক্ষ্যত উপনীত হোৱাত কৰিমগঞ্জৰ ভূমিকা হ’ব অন্যতম ৷বৰাকভেলীৰ কৰিমগঞ্জ জিলাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দলীয় পতাকা উত্তোলন কৰি উদ্বোধনী বক্তব্য আগবঢ়াওঁ ৷ কাৰ্যকৰ্তা সকলৰ উদ্যম আৰু উৎসাহে নিশ্চিতি প্ৰদান কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত […]
December 23, 2020আজি “কৃষক দিৱস”ৰ শুভক্ষণত প্ৰতিগৰাকী কৃষক বন্ধুলৈ আন্তৰিক শুভেচ্ছা জনাই তেখেত সকলৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।অন্নদাতা কৃষক বন্ধু সকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ। কৃষক সকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দল আৰু চৰকাৰে দৃঢ়তাৰে নিজৰ কৰ্তব্য কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আজি […]
December 23, 2020বিজেপি চৰকাৰৰ নেতৃত্বত সুদৃঢ় হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ সমন্বয়বিজেপি চৰকাৰৰ নেতৃত্বত সুদৃঢ় হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ সমন্বয় অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পাছত তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছৰে […]
December 24, 2020ৰাজ্যিক সভাপতি দায়িত্ব বহন কৰা চাৰি বছৰীয়া বৰ্ষপুৰ্তিত আজি অভিনন্দন জনোৱা সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁৰাজ্যিক সভাপতি দায়িত্ব বহন কৰা চাৰি বছৰীয়া বৰ্ষপুৰ্তিত আজি অভিনন্দন জনোৱা সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি কৰিমগঞ্জ জিলাত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক […]