January 12, 2021সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উত্তৰ-পূৱ ক্ষেত্ৰীয় সাধাৰণ সম্পাদক অজয় জামৱালৰ সৈতে মহান মনিষী স্বামী বিবেকানন্দ দেৱৰ জন্ম জয়ন্তীত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰোঁ ৷সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উত্তৰ-পূৱ ক্ষেত্ৰীয় সাধাৰণ সম্পাদক অজয় জামৱালৰ সৈতে মহান […]
January 13, 2021আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ আহি কাৰ্যকৰ্তা সকলক উৎসাহ-উদ্দীপনা যোগাই মনোবল বৃদ্ধি কৰি উপকৃত কৰাৰ বাবে ৪২ লাখ কাৰ্যকৰ্তাৰ হৈ মই মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁমাননীয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াই অসম ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰি আজি দিল্লীলৈ ৰাওনা হয় ৷ আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ আহি কাৰ্যকৰ্তা সকলক উৎসাহ-উদ্দীপনা […]
January 15, 2021ভোগালী বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজত মাঘৰ পহিলা দিনটোত পাঁচখন আশ্ৰম দৰ্শন কৰি পৰমেশ্বৰৰ ওচৰত সেৱা আগবঢ়োৱাৰ লগতে জ্যেষ্ঠজনক ভক্তিপূৰ্ণ সেৱা আগবঢ়াওঁ ৷আজি মাঘবিহুৰ প্ৰথম দিনটোত পুৱাৰে পৰা ৰাজ্যবাসী আৰু কাৰ্যকৰ্তা বন্ধুসকলৰ মঙ্গল কামনাৰ্থে বৰপেটাৰোড শাখা সত্ৰ, মহাপ্ৰভূ শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থান, গাড়ীগছ সেৱা আশ্ৰম, শ্ৰীশ্ৰী ভোগেশ্বৰ আশ্ৰম […]
January 17, 2021“শিল্পী দিৱস” ৰ দিনটোত সুন্দৰৰ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।প্ৰতিগৰাকী স্বাভিমানী অসমীয়াকে পোহৰ আৰু সুন্দৰৰ বাট দেখুৱাই থৈ গৈছে ৰূপান্তৰৰ শিল্পী, ৰূপকোঁৱৰ জ্যােতি প্ৰসাদ আগৰৱালা দেৱে। “শিল্পী দিৱস” ৰ দিনটোত সুন্দৰৰ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
January 17, 2021ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আজি টিহুত সহস্ৰাধিক লোকে দলত যোগদান কৰে ৷ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আজি টিহুত সহস্ৰাধিক লোকে দলত যোগদান কৰে ৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে সাম্প্ৰতিক সময়ত […]
January 17, 2021পুতলা নাচ শিল্পক আৰু অধিক উজ্জীৱিত কৰি অধিক প্ৰসাৰৰে জীয়াই ৰাখিবলৈ আৰু ইয়াৰ লগত জড়িত হৈ থকা শিল্পী সকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কিছু পদক্ষেপ ল’বৰ বাবে এখনি আলোচনাত মিলিত হওঁ ৷পাটাচাৰকুচিৰ ভালুকী গাঁৱৰ নিবাসী ৰাজেন দাসৰ পৰিচালনাৰে পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা “Life in Papet” নামৰ কথাছবিখনত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী #আশা_বৰদলৈয়ে শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ […]