January 29, 2021” ভাজপাৰ সবল ভেটিৰ নিপুন সৈন্যিক আমাৰ পৃষ্ঠা প্ৰমুখসকল। এই সকল কাৰ্যকৰ্তাৰ উদ্যম আৰু বিৰামহীন সেৱাই আমাক লক্ষ্যত উপনীত কৰাব বুলি মই নিশ্চিত।“দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত পৃষ্ঠা প্ৰমুখ সন্মিলন সম্বোধন কৰি উৎসাহিত হোৱাৰ লগতে আত্মবিশ্বাস দুগুণ বৃদ্ধি পালে ৷ পৃষ্ঠা প্ৰমুখসকলৰ উদ্যমী মন, নিৰন্তৰ সেৱা আৰু বিৰামহীন কৰ্মসূচীৰ […]
January 30, 2021বজালী জিলাত কেইবাটাও কামৰ শুভাৰম্ভ কৰোঁ ৷আজি বজালী জিলাত কেইবাটাও কামৰ শুভাৰম্ভ কৰোঁ ৷ ৰিহাবাৰীত “শ্বহীদ মদন ৰাউতা স্মৃতি সৌধ”ৰ শুভাৰম্ভ ৷ নতুন বেলনা গাঁৱত “প্ৰসাধন গৃহ”ৰ শুভাৰম্ভ ৷ কলিবাৰী শ্ৰীশ্ৰী শিৱথান […]
January 31, 2021সমূহ টাই-আহোম জনগোষ্ঠীয় ভাতৃ-ভগ্নী তথা স্বাভিমানী প্ৰতিজন অসমীয়ালৈ পৱিত্ৰ মে-ডাম্-মে-ফীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।আহোম স্বৰ্গদেউ সকলৰ অতুলনীয় সাহস, দৃঢ়তা, সম্ভ্ৰান্ত মন আৰু সম্প্ৰীতিৰ দৃষ্টান্ত- সাহস আৰু প্ৰেৰণা হৈ ৰওঁক সৰ্বকালৰ স্বাভিমানী অসমীয়াৰ বাবে।সমূহ টাই-আহোম জনগোষ্ঠীয় ভাতৃ-ভগ্নী তথা স্বাভিমানী প্ৰতিজন […]
January 31, 2021আজি পাঠশালাৰ এই ঐতিহ্যমণ্ডিত নাট্যমন্দিৰৰ আন্তঃগাঁঠনি উন্নয়ন আৰু পুনৰ নিৰ্মাণ কাৰ্যৰ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰোঁ।পাঠশালা নাট্য মন্দিৰে সমগ্ৰ অঞ্চলটিকে সাংস্কৃতিক ক্ষেত্ৰখনৰে সংপৃক্ত কৰি, সাংস্কৃতিক ক্ষেত্ৰৰ ন-পুৰণি প্ৰতিভা সমূহক বিকাশৰ এখন সবল মঞ্চ প্ৰদান কৰি আহিছে। আজি পাঠশালাৰ এই ঐতিহ্যমণ্ডিত নাট্যমন্দিৰৰ […]
February 1, 2021আজি হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত ভাজপাৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ৰাজ্যৰ কেইবাগৰাকী সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ নিষ্ঠাবান তথা সচেতন ব্যক্তি, প্ৰাক্তন আৰক্ষী বিষয়া, কংগ্ৰেছ দলৰ আৰু ছাত্ৰ সংগঠনৰ নেতাই আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে।আজি হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত ভাজপাৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ৰাজ্যৰ কেইবাগৰাকী সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ নিষ্ঠাবান তথা সচেতন ব্যক্তি, প্ৰাক্তন আৰক্ষী বিষয়া, কংগ্ৰেছ দলৰ […]
February 1, 2021গুৱাহাটীৰ গনেশগুৰিস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ-নিৰ্মিত কাৰ্যালয়ৰ আজি বিধিগত নীতি-নিয়মৰ দ্বাৰা মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভ কৰোঁ।গুৱাহাটীৰ গনেশগুৰিস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ-নিৰ্মিত কাৰ্যালয়ৰ আজি বিধিগত নীতি-নিয়মৰ দ্বাৰা মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভ কৰোঁ। দলৰ নতুন কাৰ্যালয়ে সকলো কাৰ্যকৰ্তাকে সেৱাৰ থলী হিচাপে […]