March 8, 2021

মনোনয়ন দাখিলৰ আগমুহূৰ্তত অগণন জনতাৰ আদৰ, সম্ভাষণ, উল্লাসৰ মাজত অনুষ্ঠিত ৰাজহুৱা সভাই সৰুপথাৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিশ্চিত বিজয়ৰ প্ৰমাণ দিলে ৷

মনোনয়ন দাখিলৰ আগমুহূৰ্তত অগণন জনতাৰ আদৰ, সম্ভাষণ, উল্লাসৰ মাজত অনুষ্ঠিত ৰাজহুৱা সভাই সৰুপথাৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিশ্চিত বিজয়ৰ প্ৰমাণ দিলে ৷ সৰুপথাৰ বিধান […]
March 9, 2021

ৰাইজৰ আন্তৰিক সমৰ্থনে মাজুলীত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৰ্বাত্মক উন্নয়নক স্বীকৃতি প্ৰদান কৰি পুনৰবাৰ আদৰণি জনালে ।

মাজুলী বাসীৰ অভূতপূৰ্ব সঁহাৰি, সমৰ্থন আৰু হৰ্ষোচ্ছ্বাসে আহ্লাদিত কৰিলে। ৰাইজৰ আন্তৰিক সমৰ্থনে মাজুলীত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৰ্বাত্মক উন্নয়নক স্বীকৃতি প্ৰদান কৰি পুনৰবাৰ আদৰণি জনালে […]
March 10, 2021

শ্ৰদ্ধাৰ পাটাছাৰকুছিবাসী ৰাইজৰ আদৰ-চেনেহৰে পৰিপূৰ্ণ অভিবাদনে মোক আহ্লাদিত কৰিলে ৷ পাটাছাৰকুছিবাসীৰ বাবে সেৱা কৰাৰ মানসেৰে আৰম্ভ কৰা মোৰ এই যাত্ৰাত ৰাইজৰ আশিসভৰা সমৰ্থন আৰু সহযোগিতাই মোক আত্মবিশ্বাসী কৰিছে।

শ্ৰদ্ধাৰ পাটাছাৰকুছিবাসী ৰাইজৰ আদৰ-চেনেহৰে পৰিপূৰ্ণ অভিবাদনে মোক আহ্লাদিত কৰিলে ৷ পাটাছাৰকুছিবাসীৰ বাবে সেৱা কৰাৰ মানসেৰে আৰম্ভ কৰা মোৰ এই যাত্ৰাত ৰাইজৰ আশিসভৰা সমৰ্থন আৰু সহযোগিতাই মোক […]
March 16, 2021

আজি পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী শ্ৰী কমলেশ্বৰ মেধি ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হওঁ ৷

আজি পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী শ্ৰী কমলেশ্বৰ মেধি ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হওঁ ৷ মোৰ দৃঢ়বিশ্বাস যে আগন্তুক বিধানসভা নিৰ্বাচনত তেখেতৰ বহুমূলীয়া দিহা-পৰামৰ্শ […]
March 16, 2021

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত টিহু অঞ্চলৰ বহুকেইটা ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰাৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ তথা ভকত বৈষ্ণৱ সকলৰ সতে মত বিনিময় কৰোঁ ৷

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত টিহু অঞ্চলৰ বহুকেইটা ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰাৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ তথা ভকত বৈষ্ণৱ সকলৰ সতে মত বিনিময় কৰোঁ ৷ তেখেত সকলৰ […]
March 17, 2021

দলৰ সিদ্ধান্তক সাৰোগত কৰি আজি ১৭ মার্চ, ২০২১ তাৰিখে মই ভাৰতীয় জনতা পার্টিৰ প্রার্থী হিচাপে মনােনয়ন পত্র দাখিল কৰিম।

আপােনালােক নিশ্চয় অৱগত যে আগন্তুক অসম বিধানসভা নির্বাচনৰ বাবে ভাৰতীয় জনতা পাটিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মােক ৪২ নং পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা দলৰ প্রার্থীত্ব প্রদান কৰিছে। সেয়েহে […]