May 1, 2021

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী বি. এল. সন্তোষ ডাঙৰীয়াৰ সৈতে এক ভিডিঅ’ কনফাৰেন্স যোগে আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত এখনি বৈঠকত মিলিত হওঁ ৷

আজি ৩০ এপ্ৰিল, ২০২১ তাৰিখে পুৱা ৯.০০ বজাত  উক্ত ভিডিঅ কনফাৰেন্সত আমাৰ দলৰ পুলিং এজেন্ট সকল উপস্থিত থাকে ৷ অহা ২ মে’ তাৰিখে ঘোষণা কৰিবলগীয়া নিৰ্বাচনী […]
May 1, 2021

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় মণ্ডল সভাপতি সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে সাম্প্ৰতিক সময়ৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত এখনি গুৰত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ।

আজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় মণ্ডল সভাপতি সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে সাম্প্ৰতিক সময়ৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত এখনি গুৰত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ। বৈঠকত সম্প্ৰতি ক’ভিডৰ […]
May 1, 2021

আজি ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বজনপ্ৰিয় আলোচনী ‘বিজেপি বাৰ্তা’ৰ মে’, ২০২১ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ ৷

আজি ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বজনপ্ৰিয় আলোচনী ‘বিজেপি বাৰ্তা’ৰ মে’, ২০২১ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ ৷ আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপত্ৰ “বিজেপি বাৰ্তা” ৰ মে’ […]
June 25, 2021

আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷

#DarkDaysOfEmergency ১৯৭৫ চনৰ ২৫ জুন তাৰিখে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদত আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা […]
June 26, 2021

পঞ্চায়তৰ 14th Finance ৰ অধীনত নিৰ্মাণ হোৱা পথসমূহত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ পদক্ষেপ ৷

#সুপ্ৰভাতঃ বিগত সময়ছোৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ 14th Finance ৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলত বহুতো পথ তথা উপপথৰ নিৰ্মাণ হৈছে ৷ এই পথ সমূহৰ নিৰ্মাণত অনিয়ম আৰু দুৰ্নীতি […]
July 6, 2021

অসমৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নতি সাধনৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তক মাননীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আদৰণি জনায় ।

মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি সতীৰ্থ মন্ত্ৰী সকলৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদ্ধান্তমৰ্মে […]