July 6, 2021অসমৰ বাবে এক নতুন যুগৰ আৰম্ভণিঅসমৰ বাবে এক নতুন যুগৰ আৰম্ভণি আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্তমৰ্মে ৰাজ্যখনৰ প্ৰশাসনীয় ব্যৱস্থাৰ পাৰদৰ্শিতাৰ বৃদ্ধিৰ বাবে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক কৰ্মশালাৰ […]
July 6, 2021মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট মন্ত্রী শ্রী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিত বৰপেটাৰোডত ৰাষ্ট্ৰৰ অখণ্ডতা আৰু একতাৰ ধ্বজাবাহক, ভাৰত কেশৰী ড° শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট মন্ত্রী শ্রী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিত বৰপেটাৰোডত ৰাষ্ট্ৰৰ অখণ্ডতা আৰু একতাৰ ধ্বজাবাহক, ভাৰত কেশৰী ড° শ্যামা প্ৰসাদ […]
July 9, 2021আপোনালোকৰ আজিৰ দিনটো সুন্দৰ আৰু সুখময় হওঁক তাৰেই কামনা কৰিছোঁ। 🙏#সুপ্ৰভাতঃ প্ৰাতঃভ্ৰমণ আৰু শৰীৰ চৰ্চাৰে একোগৰাকী ব্যক্তি সুস্থ, সবল আৰু স্বাস্থ্যবান হৈ থাকে বুলি প্ৰতিদিনেই মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। সু-স্বাস্থ্যৰ গৰাকী হ’বলৈ মইও সদায় ৰাতিপুৱা […]
July 9, 2021দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে আপোনাৰ সজাগতাই ‘দুৰ্নীতিমুক্ত অসম’ গঢ়াত অৰিহণা যোগাব ৷দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে আপোনাৰ সজাগতাই ‘দুৰ্নীতিমুক্ত অসম’ গঢ়াত অৰিহণা যোগাব ৷ৰাজ্যৰ সাধাৰণ দুখীয়া পৰিয়ালৰ বাবে যোগান বিভাগে মুকলি কৰি দিয়া নীলা কেৰাচিন হিতাধিকাৰীয়ে লাভ […]
July 9, 2021জ্ঞান-শীল-একতা (Knowledge-Character-Unity) নীতিবাক্যৰে ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনঃনিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ১৯৪৮ চনত জন্ম হৈছিল ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’ (ABVP) ৷জ্ঞান-শীল-একতা (Knowledge-Character-Unity) নীতিবাক্যৰে ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনঃনিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ১৯৪৮ চনত জন্ম হৈছিল ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’ (ABVP) ৷ পৰৱৰ্তী সময়ত […]
July 10, 2021পাটাছাৰকুছি সমষ্টি ৰাইজৰ মোৰ প্ৰতি থকা অকৃপণ বিশ্বাস ভালপোৱাৰ মাজত লুকাই থকা সৎ উপদেশবোৰ আৰু লক্ষ্যৰ প্ৰতি একান্ত কৰিব পৰা শক্তিৰ বাবে মই আগবাঢ়ি গৈ আছোঁ আপোনালোকৰ সহযোগিতাত।আজি পুৱাৰ আৰম্ভণি পাটাছাৰকুছিৰ পৰা পাটাছাৰকুছি সমষ্টি ৰাইজৰ মোৰ প্ৰতি থকা অকৃপণ বিশ্বাস ভালপোৱাৰ মাজত লুকাই থকা সৎ উপদেশবোৰ আৰু লক্ষ্যৰ প্ৰতি একান্ত কৰিব পৰা শক্তিৰ […]