August 16, 2021

আজি স্মৃতিদিৱসত মহান ৰাষ্ট্ৰনেতা গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৷

সৰ্বকালৰ জনপ্ৰিয় নেতা, দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী, “ভাৰতৰত্ন” অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শ আৰু চিন্তাধাৰাই আমাক সদায় দেশসেৱা কৰি যাবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰেৰণা যোগাই আহিছে। মোৰ প্ৰাণৰো প্ৰাণৰ, […]
August 17, 2021

কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ) ৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়ালে বৰ্তমান এক সহজসাধ্য তথা সুখী জীৱন অতিবাহিত কৰিছে ৷

#সুপ্ৰভাতঃ #GoodMorning ‘কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ) ৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়ালে বৰ্তমান এক সহজসাধ্য তথা সুখী জীৱন অতিবাহিত কৰিছে ৷ এই আঁচনিৰ সন্দৰ্ভত […]
August 17, 2021

অসমীয়াৰ প্ৰাণত আৱেগ-অনুভূতিৰে জীপাল হৈ থকা লোকসংগীতক পৰিমাৰ্জিতভাৱে বিশ্বৰ প্ৰান্তে প্ৰান্তে কঢ়িয়াই নিছিল গণশিল্পী খগেন মহন্ত ডাঙৰীয়াই।

অসমীয়াৰ প্ৰাণত আৱেগ-অনুভূতিৰে জীপাল হৈ থকা লোকসংগীতক পৰিমাৰ্জিতভাৱে বিশ্বৰ প্ৰান্তে প্ৰান্তে কঢ়িয়াই নিছিল গণশিল্পী খগেন মহন্ত ডাঙৰীয়াই। অসমীয়া লোকসংগীতৰ শুদ্ধ ৰূপ ধৰি ৰখাৰ ক্ষেত্ৰত তেখেতৰ অৱদান […]
August 18, 2021

#GoodMorning পুৱাৰ নিৰ্মল বতাহজাকৰ সান্নিধ্য লৈ প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

#সুপ্ৰভাতঃ #GoodMorning পুৱাৰ নিৰ্মল বতাহজাকৰ সান্নিধ্য লৈ প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ আগন্তুক দিনত আমাৰ নিত্য নৈমিত্তিক জীৱনত প্ৰত্যেক গৰাকী ভাৰতীয়ৰ বাবে আধাৰ […]
August 18, 2021

বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰী দেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰী দেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ অমূল্য অৱদানে অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক সম্ভ্ৰান্ত কৰি ৰখাৰ লগতে তেখেতৰ অনন্য […]
August 20, 2021

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক আৰু মঙ্গলময় হওঁক ৷

#সুপ্ৰভাতঃ #GoodMorning “সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা ৷” – মহৎ লোকৰ বাণী পুৱাৰ নিৰ্মল বতাহজাকৰ সান্নিধ্য […]