August 21, 2021#Goodmorning জল জীৱন মিছনৰ ১০০ দিনৰ সাফল্য#সুপ্ৰভাত #Goodmorning জল জীৱন মিছনৰ ১০০ দিনৰ সাফল্য ‘জল জীৱন মিছন’ৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতি তথা সাফল্যৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ৷ অসমৰ […]
August 23, 2021আপোনাসৱৰ আজিৰ দিনটো শুভ আৰু মংগলময় হওঁক।#সুপ্ৰভাত #GoodMorning আজি কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত শৰীৰচৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত […]
August 23, 2021মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধিত্বত কাৰ্বি আংলং জিলাৰ ডিফুত দুদিনীয়াকৈ অনুষ্ঠিত কনফাৰেন্সৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকোঁ ৷গতিশীল, সংস্কাৰমুখী প্ৰশাসন গঢ় দিয়াৰ বাবে ডিফুত অনুষ্ঠিত কনফাৰেন্সৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সফল সমাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধিত্বত কাৰ্বি আংলং জিলাৰ […]
August 23, 2021আজি কাৰ্বি হেৰিটেজ মিউজিয়াম পৰিদৰ্শন কৰি নথৈ আনন্দিত হ’লোঁ।আজি কাৰ্বি হেৰিটেজ মিউজিয়াম পৰিদৰ্শন কৰি নথৈ আনন্দিত হ’লোঁ। মিউজিয়ামৰ চৌপাশৰ নান্দনিক দৃশ্য আৰু ইয়াত সংগ্ৰহীত সম্পদ আৰু সমল সমূহ পৰিদৰ্শন কৰি এক বিৰল অভিজ্ঞতা লভিলোঁ। […]
August 24, 2021আপোনাসৱৰ আজিৰ দিনটো শুভ হওঁক আৰু মংগলময় হওঁক#সুপ্ৰভাত #GoodMorning দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বিং আংলং জিলা ভ্ৰমণ কৰি কালি গুৱাহাটীত উপস্থিত হৈ আজি পুৱা শৰীৰ চৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ। আজি ২৪ আগষ্ট। আজিৰ […]
August 26, 2021আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক ৷#সুপ্ৰভাত #GoodMorning দুটা দিন পাটাছাৰকুছি আৰু সৰভোগত কটাই কালি ৰাতি গুৱাহাটীত উপস্থিত হৈ আজি প্ৰাতঃভ্ৰমণ আৰু শৰীৰ চৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ। আজিৰ দিনটোত মোৰ যিহেতু […]