September 2, 2021

মাঘবিহুৰ আগে পিছে প্ৰথম পৰ্যায়ত প্ৰায় ৮,০০০ পৰিয়াললৈ খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ সংকল্প লৈছোঁ ৷

ডিমৰীয়া জনস্বাস্থ্য বিভাগৰ ‘মাল্টি ভিলেজ আঁচনি’ৰ স্থান পৰিদৰ্শন কৰি মাঘবিহুৰ আগে পিছে প্ৰথম পৰ্যায়ত ৮,০০০ পৰিয়ালক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ সংকল্প লওঁ এই আঁচনিৰ জৰিয়তে […]
September 3, 2021

আজি অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ, অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ দেৱৰ জন্ম দিৱস।

আজি অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ, অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ দেৱৰ জন্ম দিৱস। তেখেতলৈ জন্মদিনৰ ওলগ আৰু শ্ৰদ্ধা যাচিলোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি […]
September 3, 2021

নবীনক মৰম আৰু প্ৰবীণক সন্মান, এই নীতি দল আৰু চৰকাৰত সদায় বিৰাজমান হৈ থাকক তাৰেই কামনা কৰিছোঁ

নবীনক মৰম আৰু প্ৰবীণক সন্মান, এই নীতি দল আৰু চৰকাৰত সদায় বিৰাজমান হৈ থাকক তাৰেই কামনা কৰিছোঁ অসম চৰকাৰৰ State Inovation and Transformation Ayog ৰ উপাধ্যক্ষ […]
September 3, 2021

অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা দেৱৰ ৮৫ সংখ্যক জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠান, ২০২১-২২’ ত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ

অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা দেৱৰ ৮৫ সংখ্যক জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠান, ২০২১-২২’ ত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ১৯৬৬ চনত […]
September 3, 2021

এই জ্যেষ্ঠ-কণিষ্ঠ-সতীৰ্থৰ মহামিলনেৰে অভিজ্ঞতা আৰু উদ্যমক সামৰি সমূহৰ সেৱাৰ বাবে আন্তৰিকতাৰে আগবঢ়া সম্ভৱ আমাৰ দলত। অৱশ্যে অন্য দলৰ কথা মই অৱগত নহয় ।

এনে মহামিলন কেৱল বিজেপি দলতহে সম্ভৱ হয় ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভবেশ কলিতা ডাঙৰীয়াৰ লগত তিনিগৰাকী প্ৰাক্তন ৰাজ্যিক সভাপতিৰ এক বিশেষ ক্ষণত আমাৰ […]
September 4, 2021

#সুপ্ৰভাতঃ আজি মোৰ পৰম পূজনীয় পিতৃ স্বৰ্গীয় অৰবিন্দ দাসৰ মৃত্যুবাৰ্ষিকী ৷ আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত মই শতসহস্ৰ প্ৰণাম জনাইছোঁ ৷

#সুপ্ৰভাতঃ আজি মোৰ পৰম পূজনীয় পিতৃ স্বৰ্গীয় অৰবিন্দ দাসৰ মৃত্যুবাৰ্ষিকী ৷ আজি তেখেতৰ মৃত্যুবাৰ্ষিকীত মই শতসহস্ৰ প্ৰণাম জনাইছোঁ ৷ আজি এই কথাখিনি আপোনালোকক মই অৱগত নকৰিলোহেঁতেন […]