September 16, 2021

বৰ্তমানলৈকে অসমত জল জীৱন মিছনৰ অধীনত হোৱা কামৰ খতিয়ান –

#সুপ্ৰভাত#GoodMorning আজি অনুষ্ঠিত হ’ব উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন ৷ এই সন্মিলনত মাননীয় কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত ডাঙৰীয়া উপস্থিত থাকি সভাৰ […]
September 16, 2021

উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলনে নতুন উদ্যম প্ৰদান কৰিলে আজি গুৱাহাটীত অনুষ্ঠিত হোৱা ‘উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন’ ত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷

উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলনে নতুন উদ্যম প্ৰদান কৰিলে আজি গুৱাহাটীত অনুষ্ঠিত হোৱা ‘উত্তৰ পূৰ্বাঞ্চলৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সন্মিলন’ ত উপস্থিত […]
September 17, 2021

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে ৮ লাখ লোকক ক’ভিড টীকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে ৮ লাখ লোকক ক’ভিড টীকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই সম্পূৰ্ণ টীকাকৰণ প্ৰক্ৰিয়া তদাৰক […]
September 17, 2021

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। আজিৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজক শুভকামনা জ্ঞাপন কৰিছোঁ ৷

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। আজিৰ এই পবিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজক শুভকামনা জ্ঞাপন কৰিছোঁ ৷ সৃষ্টিশীলতা তথা উদ্ভাৱনী শক্তিৰে যাতে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজ আগুৱাই যাব […]
September 17, 2021

আজি বৰপেটা জিলা কাৰ্যালয়ত জিলাখনৰ সভাপতি হিচাবে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰী অনিল দাসক আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ।

আজি বৰপেটা জিলা কাৰ্যালয়ত জিলাখনৰ সভাপতি হিচাবে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰী অনিল দাসক আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। জিলাখনত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ […]
September 17, 2021

অভিভাৱক মন্ত্ৰী হিচাবে আজি বৰপেটা জিলাৰ বিভিন্ন ক’ভিড চেণ্টাৰ পৰিভ্ৰমণ কৰোঁ।

অভিভাৱক মন্ত্ৰী হিচাবে আজি বৰপেটা জিলাৰ বিভিন্ন ক’ভিড চেণ্টাৰ পৰিভ্ৰমণ কৰোঁ। বৰপেটা জিলাৰ তিনিটা ক’ভিড চেণ্টাৰ হৈছে ক্ৰমে বৰপেটা ৰাইনো’ ক্লাৱ, বৰপেটা ৰোড প্ৰেছ ক্লাৱ আৰু […]