May 10, 2020

“মাতৃ দিৱস”ত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ ।

“আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন” প্ৰতিগৰাকী মাতৃৰ সু স্বাস্থ্য কামনা কৰিছোঁ । আৱেগ আৰু মমতাৰ আকৰ হ’ল ‘মাতৃ’। জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ […]
May 12, 2020

“বিশ্ব নাৰ্চ দিৱস”

“বিশ্ব নাৰ্চ দিৱস” উপলক্ষে এই মহান সেৱাৰ সৈতে জড়িত সকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা,কৃতজ্ঞতা আৰু শুভকামনা জনাইছোঁ ।” মানৱ সেৱাৰ বাবে সদায় ত্যাগ,কষ্ট কৰি থকা তথা সেৱা […]
May 15, 2020

আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।

“আত্মনিৰ্ভৰতাৰ এই নতুন যুগ আমাৰ নতুন পণ হ’ব । নতুন দৃঢ়তাৰে আমি আগুৱাব লাগিব ।” : মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি আত্মনিৰ্ভৰশীল হৈ নতুন পণৰে […]
May 15, 2020

মাননীয় প্ৰধানমন্ত্ৰীৰ “আত্মনিৰ্ভৰ ভাৰত পেকেজ”ৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ অৱগত কৰা আজিৰ সংবাদ মেলত আন সকলৰ স’তে অংশগ্ৰহণ কৰোঁ ।

“আত্মনিৰ্ভৰ ভাৰত” পেকেজৰ কাৰণে অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ । ক’ভিড-১৯ৰ কাৰণে দেশৰ পৰিৱৰ্তিত অৰ্থনৈতিক প্ৰেক্ষাপটক সুস্থিৰ কৰি […]
May 18, 2020

“সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশ ক’ৰ কমিটিৰ বৈঠক ।”

  “বিধায়কৰ পাৰ্ফৰ্মেন্স মূল্যায়ণৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সভাপতিৰ “ আজি গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ক’ৰ কমিটিৰ বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা ক’ভিদ-১৯ সম্পৰ্কত দুঘন্টাজোৰা বিশদ […]
December 15, 2021

গ্ৰাহকক প্ৰৱঞ্চনা কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে “লিগেল মেট্ৰ’লজী” বিভাগৰ বহুকেইটা গোচৰ ৰুজু

গ্ৰাহকক প্ৰৱঞ্চনা কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে “লিগেল মেট্ৰ’লজী” বিভাগৰ বহুকেইটা গোচৰ ৰুজু দুৰ্নীতি অনিময় ৰোধৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ ‘লিগেল মেট্ৰ’লজী’ […]